Najanu Hobola Lyrics - Noori Alisha ft. Rakesh Reeyan

Najanu Hobola song, a new Assamese romantic song sung by Noori Alisha and Rakesh Reeyan. Njanu Hobola Lyrics is written and composed by Rekibul. Music is composed by Palash Gogoi and Lyrical video is Partha Jit Hira.

Noori Alisha and Rakesh Reeyan

Najanu Hobola Song Credits

  • song - Najanu Hobola
  • singer - Noori Alisha & Rakesh Reeyan
  • lyrics/composition - Rekibul
  • music/mix/master - Palash Gogoi
  • recorded @ Studio Dreams by Ripunjoy
  • lyrical video design - Partha Jit Hira

Najanu Hobola Lyrics in Assamese


কাষলৈ নাহিবি 
মোক কলিজা বুলি কৈ
জানিলো জানিলো 
তোক এতিয়া ভালেকৈ


কাষলৈ নাহিবি 
মোক কলিজা বুলি কৈ
জানিলো জানিলো 
তোক এতিয়া ভালেকৈ
অ'.....বুকু ফালি দিমে হবনে
অ'..... তাতে তয়েই আছ চাবিনে
নাজানো হবলা
তই কালৈ পগলা
মিছাতে ভাবো তোক অজলা
নাজানো হবলা
তই কালৈ পগলা
মিছাতে ভাবো তোক অজলা


মৰম দি মৰম লম
হিয়াতে ভৰাই থম
তই মোৰ মই তোৰ হৈ
সুখ ভগাই লম
দুখ ভগাই লম
মৰি যাম যেন এনেকৈ
অ…. ঈশ্বৰেও জান নোৱাৰে
মোক তোৰ পৰা কাঢ়ি নিবলে
নাজানো হবলা
তই কালৈ পগলা
মিছাতে ভাবো তোক অজলা
নাজানো হবলা
তই কালৈ পগলা
মিছাতে ভাবো তোক অজলা


তয়েতো সপোন মোৰ
তয়েতো আপোন‌ মোৰ
দুয়োৰে পৃথিৱী এখন
ভয় লাগে মোৰ
ভৰসা নাই তোৰ
কিয়নো হৱ অবুজন
অ'.....বুকু ফালি দিমে হবনে
অ' …..তাতে তয়েই আছ চাবিনে
নাজানো হবলা
তই কালৈ পগলা
মিছাতে ভাবো তোক অজলা
নাজান হবলা
মই তোলৈ পগলা
কিয়নো ভাবিছ অজলা

Watch Najanu Hobola Lyrical Video



Also Read>>>

Post a Comment

0 Comments