Holei Hol Aru Lyrics: a new Assamese song sung by Dibyajit Das and Papori Gogoi. Music is composed by Palash Gogoi. Holei Hol Aru lyrics is written by Dibyajit Das. Starring Dibyajit Das , Mohim Baruah, Purnada Hazarika.
Holei Hol Aru Song Credits
- Singer: Dibyajit Das and Papori Gogoi
- Music/ mix: Palash Gogoi
- Audio dubbing: Geet Bharali studio. And Mrinal Sharma studio
- Lyrics tune: Dibyajit Das
Holei Hol Aru Lyrics in Assamese
ভীমকলৰ পচলা নাখাঁও বুলুতে
পালো মই পইতা ভাত
টাউনৰ কেইজনীক বেয়া বুলুতে
গাঁৱৰো একেই যাত
ঐ ভীমকলৰ পচলা নাখাঁও বুলুতেই
পালো মই পইতা ভাত
টাউনৰ কেইজনীক বেয়া বুলুতে
গাঁৱৰো একেই যাত
ঐ বগী ধুনীয়া দেখি মেলিছিলো হাত
পিছত সেইজনী ওলাল
দুটা ল'ৰাছোৱালীৰ মাক
পিছত সেইজনী ওলাল
দুটা পোৱালীৰ মাক
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ'লেই হ'ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ'লেই হ'ল আৰু
হাই মোৰ ঈশ্বৰ কৰিদে বিচাৰ
মিনতি কৰিছো
লাগে বোৱাৰী দেউতাকে ঐ
বিচাৰি মৰিছো
ফেচালৈও ফেচী থাকে
ঈন্দ্ৰলৈ শচী
মোলৈ বাৰু কতো কোনো
নোলাবই নেকি ঐ
মোলৈ বাৰু কতো কোনো
নোলাবই নেকি
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ'লেই হ'ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ'লেই হ'ল আৰু
কৃষ্ণৰ বাঁহীৰ মিঠা মাত
ষোল্লশ গোপী.......
কিনো খাই জন্ম দিলি পিতাই
হলো কʼলা ভালুকৰ যাত
অʼ পিতাই শুনিছʼ নʼ
কথাটো মোৰ বুজিনʼ নʼ
অʼ পিতাই শুনিছʼ নʼ
এবাৰ ভাবি চাইছʼ নʼ
ককাইদেউ বৌক ৰাখিলে
ভিনিয়ে বাইদেৱে
মোৰ কথা নাভাবে
কিয়নো কোনেও
মোৰ কথা নাভাবে
কিয়নো কোনেও
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ'লেই হ'ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ'লেই হ'ল আৰু
Watch Holei Hol Aru Video Song
Hope this "Holei Hol Aru Lyrics - Dibyajit Das | Papori Gogoi" lyrics is helpful for you. If you like it please share with your closed ones. Thank you.

0 Comments