Aserenga Senehi Lyrics>> New Assamese Song from Chandrawali Movie

Aserenga Senehi song is a new Assamese song sung by Zubeen Garg and Prakriti Sarma. Aserenga Senehi Lyrics is written by Ajoy Phukan. Music is composed by Palash Gogoi. Starring Amrita Gogoi and Atonu Kashyap. Film Chandrawali.

Atonu Kashyap and Amrita Gogoi

Aserenga Senehi Song Credits/Info

  • Singer - Zubeen Garg, Prakriti Sarma
  • Lyrics/Tune/Music - Ajoy Phukan
  • Music Producer - Palash Gogoi
  • Choreography - Uday Sankar
  • Casting - Amrita Gogoi, Atonu Kashyap


Aserenga Senehi Lyrics in Assamese


এচেৰেঙা চেনেহী ৰদালি তুমি
ৰামধেনু সাতোৰঙী আছে ওমলি

এচেৰেঙা চেনেহী ৰদালি তুমি
ৰামধেনু সাতোৰঙী আছে ওমলি
জোনাকী জোনাকী মুখনি অʼ
হাঁহিতে মৰমৰ বিজুলী
কলিজাৰ মৰম সানি
প্ৰনয়ৰ ৰঙ ঢালি
আকিছো তোমাৰেই ছবি
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী মোৰ কাহিনী
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী জীয়া ছবি
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী মোৰ কাহিনী
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী জীয়া ছবি

চিলি মিলি মৰমে হিয়াকে জোকাই ঐ
চুই চুই কিনো কৈ যায়
কেঁচা কেঁচা যৌবনে ভিজা ভিজা পৰাণৰ
আচলত লুকাই
দুচকুতে মৰম
নাচে পল অনুপল
প্ৰিতীভৰা অনুভূতি লৈ

দুচকুতে মৰম
নাচে পল অনুপল
প্ৰিতীভৰা অনুভূতি লৈ
মেঘালী মেঘালী চুলি তাৰি
অʼ সোণ বৰণীয়া দেহাটি
কলিজাৰ মৰম সানি
প্ৰনয়ৰ ৰঙ ঢালি
আকিছো তোমাৰেই ছবি
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী মোৰ কাহিনী
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী জীয়া ছবি
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী মোৰ কাহিনী
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী জীয়া ছবি
থোপি থোপি তৰালীয়ে কয় কাণে কাণে
মই হেনো চন্দ্ৰাৱলী
আকাশৰ বুকুতে
থাকো মৰম বুতলি

আকাশেও কয় বতাহেও কয়
তুমি যেন অনুভৱী নৈ

আকাশেও কয় বতাহেও কয়
তুমি হেনো অনুভৱী নৈ
মেঘালী মেঘালী চুলি তাৰি অʼ
সোণ বৰণীয়া দেহাটি
কলিজাৰ মৰম সানি
প্ৰনয়ৰ ৰঙ ঢালি
আকিছো তোমাৰেই ছবি
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী মোৰ কাহিনী
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী জীয়া ছবি
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী মোৰ কাহিনী
চন্দ্ৰাৱলী চন্দ্ৰাৱলী
চন্দ্ৰাৱলী জীয়া ছবি

Thank you for reading this post on Aserenga Senehi Lyrics. If you find any mistake please let me know in the comment section. please do share with your friends and close ones.

Aserenga Senehi Video Song



Post a Comment

0 Comments