Porilu Tumar Premot Lyrics: This new Assamese love song is sung by Richa Bharadwaj. Lyrics is written by Tarun Tanmay. Music is composed by Bibhuti Gogoi. Starring Richa Bharadwaj and Dhruba Boiragi.
- Singer- Richa Bharadwaj
- Composition - Bibhuti Gogoi
- Lyrics- Tarun Tanmay
- Programmed / Arranged - Bibhuti Gogoi
- Guitar- Ishan Das
- Flute-Anjan Medhi
- Music Asst. Sonatan Mech
- Mixed and Mastered by Girish Saikia
Porilu Tumar Premot Lyrics in Assamese
নজনাকে নুবুজাকে
পৰিলো তোমাà§°ে প্à§°েমত
তুমি বিহীন মই কঠিন
নোà§±াà§° থাকিব নিলগত
সপোনে সপোনে তুমি
দিঠকত আবেলিà§° বেলি
সপোনতো তুমি তুমি
দিঠকতো আবেলিà§° বেলি
নোà§±াà§°োঁ পাতিবলে মৰমৰে চিটিকা
বুকুতে বৈ আছে চেনেহৰে দৰিকা
নোà§±াà§°োঁ পাতিবলে মৰমৰে চিটিকা
বুকুতে বৈ আছে চেনেহৰে দৰিকা
মিঠা মিঠা à¦াবেà§°ে
প্ৰহেলিকা বেলাতে
à¦াবোঁ মই তোমাà§°ে কথা
সেউজীয়া বনতে
তুমি মই নিতে নিতে
খেলো আমি প্à§°েমৰে খেলা
সপোনে সপোনে তুমি
দিঠকত আবেলিà§° বেলি
সপোনতো তুমি তুমি
দিঠকতো আবেলিà§° বেলি
নোà§±াà§°োঁ পাতিবলে মৰমৰে চিটিকা
বুকুতে বৈ আছে চেনেহৰে দৰিকা
নোà§±াà§°োঁ পাতিবলে মৰমৰে চিটিকা
বুকুতে বৈ আছে চেনেহৰে দৰিকা
অনামিকা আঙুলিত
পিন্ধাবা আঙুঠি
আশা আছে নহয় বিয়লি
অজুহাতক আবৰি
নকৰিবা ধেমালি
বিচাà§°োঁ থাকিব মিলি
সপোনে সপোনে তুমি
দিঠকতো আবেলিà§° বেলি
সপোনতো তুমি তুমি
দিঠকতো আবেলিà§° বেলি
নোà§±াà§°োঁ পাতিবলে মৰমৰে চিটিকা
বুকুতে বৈ আছে চেনেহৰে দৰিকা
নোà§±াà§°োঁ পাতিবলে মৰমৰে চিটিকা
বুকুতে বৈ আছে চেনেহৰে দৰিকা

0 Comments