Toi Nasabi Anoloi Lyrics in Assamese

Toi Nasabi Anoloi a new Assamese song sung by Vicky Kalita and Rajashree Saikia. Toi Nasabi Anoloi Lyrics is written by Jagrat Pratim Bharali. Music is produced by Babon Bornil. Starring Deepjyoti Mahanta and Rajashree Saikia.

Toi Nasabi Anoloi Song Credits

  • Singers: Rajashree Saikia and Vicky Kalita
  • Lyricist: Jagrat Pratim Bharali
  • Composition: Vicky Kalita
  • Music: Babon Bornil
  • Mixed/ Mastered: Kaustav Saikia
Toi Nasabi Anoloi Lyrics in Assamese

Toi Nasabi Anoloi Lyrics in Assamese

তই নাচাবি আনলৈ
মই কলো যে সঁচাকৈ
মোৰ উঠিব লাগিলে খং
যামেগৈ দূৰলৈ
তই নকবি মিছাকৈ
মোৰ হিয়াখন ভংগাকৈ
মোক ভালপাওঁ বুলি কৈ
তই পাহৰি যাবলৈ
মই তোৰ হৈয়ে থাকিম
তোৰ মৰমত ওমলিম
তই দুৰলেনো গ'লে
তোক টানি কাষত আনিম
তোৰ অভিমানো ভাঙিম
তোক আমনিও কৰিম
তোক দুবাহুৰে মাজত মৰমৰে ৰাখিম
তই নাচাবি আনলৈ
মই কলো যে সঁচাকৈ
মোৰ উঠিব লাগিলে খং
যামেগৈ দূৰলৈ

শুনিছোঁ বহুৱে কয়
ভবাবোৰ মিচাহে হয়
তোমালৈ ৰাখিছোঁ সঁচা মৰম
সপোনে দিঠকে মই
মোৰো যে লাগিছে ভয়
কি কৰি খুৱাবি তই
ভালেকৈ ৰাখিমে সুখেৰে খুৱামে
পাতিলৈ আশাৰে ঘৰ
মোৰো হৃদয়ে তোকে বিচাৰে
প্ৰতি পলে অনুপলে
মই তোৰ হৈয়ে থাকিম
তোৰ মৰমত ওমলিম
তই দুৰলেনো গ'লে
তোক টানি কাষত আনিম
তোৰ অভিমানো ভাঙিম
তোক আমনিও কৰিম
তোক দুবাহুৰে মাজত মৰমৰে ৰাখিম
মই নাচাও দে আনলৈ
মই কলো তোক সঁচাকৈ
নকৰিবি আৰু খং
তই নাজাবি দূৰলৈ
মই কোৱা নাই মিছাকৈ
তোক পাহৰি যাবলৈ
মই সঁচাকৈ ভালে পাম
তোক ওৰে জীৱনলৈ
মইও তোৰ হয়েই থাকিম
তোৰ মৰমত ওমলিম
মই নাযাওঁ নো দূৰলৈ
তোক চকুৰ আগত ৰাখিম
তোক অভিমানো কৰিম
তোৰ আমনিও সহিম
তোৰ দুবাহুৰে মাজত
মই আলফুলে থাকিম

Watch Toi Nasabi Anoloi Official Video Song 👇🏻

Also Read>>

Post a Comment

0 Comments