Tumake Napale Lyrics- New Assamese Song by Vicky Kalita & Barsha Borah

New Assamese song Tumake Napale is sung by Vicky Kalita and Barsha Borah. Tumake Napale Lyrics is written by Prashant Das. This song is composed by Vicky Kalita and music arranged by Babonn Bornil. Starring Vicky Kalita and Surabhi Das.


🎶 Audio Credits 🎶

  • Song : Tumake Napale
  • Singers : Vicky Kalita & Barsha Borah
  • Lyrics : Prasant Das
  • Composition : Vicky Kalita
  • Music : Babonn Bornil
  • Flute : Anjan Medhi

Vicky Kalita and Surabhi Das


Tumake Napale Lyrics in Assamese

তোমাকে নাপালে
মৰো মৰো যেন লাগে
তুমি সোণ বুজানে
আছোঁ মই কিদৰে
মোৰে হৈ থাকিবা
ওৰে জীৱনলে
দুয়োৱে সাজি লʼম
ঘৰ এখনি সুখৰে
আছোঁ থাকিম তোমাৰ সতে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জিয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে
যিকণ পোৱা দুয়োৱে ভগাম
তুমি মই 
এদিন মিলি যাম
তুমি মই 
এদিন মিলি যাম

কাষলে নাহিলে 
অভিমান বাঢ়িব
সেই অভিমানে মোক
আজুৰি আনিব
এবুকু মৰমে তোমাকে বিচাৰে
দুবাহুৰে মাজতে
তোমাক ৰাখি‌ থʼম সদায়ে
আছোঁ থাকিম তোমাৰ সতে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়ে আমাক জুৰিবগে
যিকণ পোৱা দুয়োয়ে ভগাম
তুমি মই 
এদিন মিলি যাম
তুমি মই 
এদিন মিলি যাম

এখনি কলিজা 
তেনেই ঠুনুকা
মৰমে আবৰি ৰাখি
কাষতে থাকিবা
দুহাতে ধৰি লৈ
থাকিমে শেষলৈ
ভয় নাখাবা দেই সোণ
নাজাও মই দূৰলৈ
আছোঁ থাকিম তোমাৰ সতে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম
আমাৰ ভাগত যিকণ আছে
সেয়াই আমাক জুৰিবগে
যিকণ পোৱা দুয়োয়ে ভগাম



Tumake Napale Video Song👇🏻👇🏻



Also Read>>>

Post a Comment

0 Comments