Kobine Kothati Lyrics New Assamese Song- Achurjya Borpatro

Kobine Kothati song is a new love song sung by Achurjya Borpatro. Kobine Kothati lyrics is written by Sunit Gogoi. Music is composed by Arshad M Rahman.

🎶 Audio Credits 🎶

Tune - Achurjya Borpatra
Lyrics- Sunit Gogoi
Music Producer – Arshad M Rahman
Co Producer – Pincool
Mix & Master - Diganta Bordoloi
Flute– Dilip Hera

Achurjya Borpatro New Assamese Song


Kobine Kothati Lyrics in Assamese


অʼ জান‌ ঐ কথা এটি‌ সুধিলে
কʼবিনে নকʼৱ?
অʼ জান ঐ মৰম অকণ খুজিলে
দিবিনে নিদিয়?
অʼ জান‌ ঐ কথা এটি‌ সুধিলে
কʼবিনে নকʼৱ?
অʼ জান ঐ মৰম অকণ খুজিলে
দিবিনে নিদিয়?
হাঁহি হাঁহি আছ চাই
কিবা কিবি লাগি যায়
চাপি চাপি আহিবি
গুচি গুচি নাজাবি
কাষতে অকমাণ ৰʼ
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
অʼ জান‌ ঐ কথা এটি‌ সুধিলে
কʼবিনে নকʼৱ তই?

সাঁচি সাঁচি বুকুৰে মৰম
তোক দিম বুলি বুকুতে
কিমান দিন থমʼ
মনে মনে…… ভাবনেবা তই
মোক কোনদিনা কেতিয়া
জান বুলি কʼম?!
হাঁহি হাঁহি আছ চাই
কিবা কিবি লাগি যায়
চাপি চাপি আহিবি
গুচি গুচি নাজাবি
কাষতে অকমাণ ৰʼ
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
অʼ জান ঐ কিবা এটা খুজিলে
দিবিনে নিদিয় তই?

মোৰে হʼলে বাৰু পাবি কি ঐ
ধনেৰে নুজুখিবি ঐ
সোণেৰে নুজুখিবি ঐ
দুখতে ভাগিব মন!
জুখিব খুজিলে মৰমী ঐ
মৰমে মোক জুখিবি ঐ
চেনেহে মোক জুখিবি ঐ
নহয় কোনোদিনে কম!
হাঁহি হাঁহি আছ চাই
কিবা কিবি লাগি যায়
চাপি চাপি আহিবি
গুচি গুচি নাজাবি
কাষতে অকমাণ ৰʼ
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
অʼ জান ঐ কিবা এটা খুজিলে
দিবিনে নিদিয় ঐ?

Download Kobine Kothati Lyrics PDF

Watch Kobine Kothati Lyrical Video

Also Read>>>

Post a Comment

0 Comments