Tumake Sai song, a new Assamese song sung by Tony Minuyal.It was the first song of his life. Tony Minuyal himself wrote the Tumake Sai Lyrics.The song is about a small girl who ran away from her house. starring Deepjyoti Mahanta, Sukanya Boruah, Hina Kashyap.
Vocal, Lyrics & Tune - Tony Minuyal
Music Composed & Produced - Trion Mahanta
Mix & Master - Diganta Bordoloi
Recorded at Glytch studio
Tumake Sai Lyrics in Assamese
মোৰ হিয়াৰ সাগৰখনি
তুমি আৰু মই
উকা মোৰ আকাশ খনি
নীলিম তোমাৰ প্ৰণয়
অজানিতে আহি ঢালিলাহি
মনৰ ৰঙৰে ধেমালি
মিঠা মিঠা এই সময়
এই জীৱন তোমাকেই মই
ৰাখিলো লগৰি হৈ
নোৱাৰোঁ এৰিব এই সময়
তোমাকে চাই চাই চাই
থাকিবৰ মন
তোমাক এবাৰ
কাষত পাবৰ মন
এবাৰ আহানা মোৰ কাষলে
মৰম দিয়ানা
এবাৰ চোৱানা মোৰ বুকুতে
প্ৰেমৰ বাগিচা
তোমাকে চাই চাই চাই
থাকিবৰ মন
সময়বোৰ কেতিয়া যায়
ধৰিব মই পৰা নাই
দিন ৰাতি কেতিয়া যায়
বুজিব মই পৰা নাই
মনতে জাগিছে
প্ৰেমৰ শিহৰণ
এবাৰ আহানা মোৰ কাষলে
মৰম দিয়ানা
এবাৰ চোৱানা মোৰ বুকুতে
প্ৰেমৰ বাগিচা
মোৰ হিয়া
মোৰ হিয়া
মোৰ হিয়া
মোৰ হিয়া
Download tumake sai lyrics PDF
Also Read>>

0 Comments