Osinaki song a new Assamese love song sung by Nandan C Baruah. Osinaki Lyrics is written by Nandan C Baruah himself. Starring Queen Shivam & Deepjyoti.

Osinaki Song Credits/Info
- Song: Osinaki
- Composition /Lyrics /Arrangement: Nandan C Baruah
- Vocals: Nandan C Baruah
- Music: Nandan X ZEU5
- Guitar: Saurab Boruah
- Flute: Arnitya
- Studios - B- Type (Digboi, Tinsukia)
Osinaki Lyrics in Assamese
অচিনাকী পখীজাকে সুৰৰ আবেশ সানিলে
মতলীয়া হৃদয়ৰ কোণে তোমাকেই বিচাৰে
অচিনাকী পখীজাকে সুৰৰ আবেশ সানিলে
মতলীয়া হৃদয়ৰ কোণে তোমাকেই বিচাৰে
অʼ বতাহ মোক লৈ যা
গোপনে তাইৰ কাষলৈ
অʼ সপোন ৰৈ যা
তাইৰ প্ৰেমৰ সুবাস ল'বলৈ
মোৰ প্ৰতিটো গানৰ সুৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্যাশা
মোৰ প্ৰতিটো গানৰ সুৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্যাশা
হলাহি মোৰ জীৱনৰ মাথোঁ তুমি প্ৰেৰণা
সৰু সৰু ক্ষণ গনি মৰমে আবৰো
তোমাক পোৱাৰ অনুভৱত
নিজকো পাহৰো
অʼ ফাগুন তই লৈ যা
একাজলী মৰম তাইৰ বাবে
বহু দূৰত ৰৈ আছে তাই
মোৰ প্ৰেমৰ সুবাস ল'বলৈ
Watch Osinaki Song Video Song
Also Read>>>
Thank you for reading my blog post "Osinaki Song Lyrics". Hope you like it. Please let me know in the comment section.
0 Comments