Radha Rukmini a new Assamese song sung by Vreegu Kashyap. Radha Rukmini Lyrics is written by Rekibul. Music is produced by Pulak Nath. Featuring Priyam Pallabee, Bhavna Kashyap and Vreegu Kashyap
Radha Rukmini Song Credits
- ️Singer :- Vreeguu Kashyap
- Additional Female Vocalist :- Kakoli Gohain Nath
- Lyricist :- Rekibul
- Addl Lyricist :- Kalparaj Deka
- Music :- Pulak Nath
- Mix & Mastering :- Diganta Bordoloi
- Recorded By Priyam Gogoi @Sonic Waves Studio, Guwahati Rajgarh
Radha Rukmini Lyrics in Assamese
দুচকু জপাই থাকো যেতিয়াই
দেখো মই তোমাৰেই ছবি
তুমিটো জানাই
তুমি মোৰে ৰাধা কলিজাৰে আধা
বুকুৰে পজাতে ললো তোমাকে সোমাই
মেঘৰ কোলাতে তুমি মই ওমলিম
জোনৰ বুকুতে ঘৰ এখনি সাজিম
মৰম টোপোলা আছোঁ বুকুতে লৈ
তোমাৰ হিয়াখন উপচাই ৰাখিম
জানা নে নাজানা তুমি মোৰ...
ৰাধা ৰুক্মিণী... সীতা উৰ্বশি...
তুমিয়েই মোৰ সপোন পৰি
অ'... হ'...অ'... হ'...
অ'... হ'...অ'... হ'...
অ'... হ'...
আলসুৱা মৰমৰ তুমি জোনাকী
ৰঙা নীলা সপোন আঁকি দিয়াহি
প্ৰণয়ৰে ৰং বুকতে সানি
সাৱটি ধৰা না কাষলৈ আহি
তোমাক চাই চাই চাই নাভাগৰে
মোৰ ডেকা দুচকু
বাঁহী বাই বাই বাই ভুলাবলে
শ্ৰীকৃষ্ণ নহ'লো
ৰাধা ৰুক্মিণী... সীতা উৰ্বশি...
তুমিয়েই মোৰ সপোন পৰি
অ'... হ'...অ'... হ'...
অ'... হ'...অ'... হ'...
অ'... হ'...
অ'... হ'...
দূৰে দূৰে নৰবা দেই আহাঁ কাষলৈ
উৰণীয়া দুটি মন এটি হবলৈ
বিচাৰিছোঁ তোমাকে মই পগলাটো হৈ
আবেগতে উতলা মৰমৰে নৈ
তোমাক চাই চাই চাই নাভাগৰে
মোৰ ডেকা দুচকু
বাঁহী বাই বাই বাই ভুলাবলে
শ্ৰীকৃষ্ণ নহ'লো
ৰাধা ৰুক্মিণী... সীতা উৰ্বশি...
তুমিয়েই মোৰ সপোন পৰি
অ'... হ'...অ'... হ'...
অ'... হ'...অ'... হ'...
অ'... হ'...
0 Comments