Anurag song a new Assamese romantic song sung by Zubeen Grag and Lonismita Devi. Anurag lyrics is written by Himangshu Borah. Music is directed by HB. Mix and mastered by Koustav Saikia.
Anurag Song Info & Credits
- Singer:Zubeen Garg & Lonismita Devi
- Lyrics & Composition: Himangshu Borah (HB)
- Music Director: Himangshu Borah (HB)
- Mix & Mastering: Koustav Saikia
- Flute: Himangshu Borah (HB)
- Additional Guitar: Rituraj Sonar
- Producer: Dilip Nath
Anurag Lyrics in Assamese
নিশাৰ আকাশত তুমি মোৰে জোন
হ'বানে কোৱা মোৰ আপোন
শিৰাই শিৰাই বিয়পিছে মোৰ
তোমালে থকা বহুতো সপোন
মৰম ভৰা হৃদয়ত বহুতো সপোন
যাযাবৰী মন মৰমত ফাগুন ফাগুন
দুটি মন তাতেই আমাৰ সপোন
অনুৰাগ…. অনুৰাগ….
অনুৰাগ…. অনুৰাগ…
হৰিনী নয়না তোমাৰ নয়নে
মৌ মিঠা কোমল হাঁহিয়ে
ধুৱলি কুঁৱলী কৰে
মোৰ মৰমকে
তোমাৰে কথা ভাবিলে
টোপনি নধৰে
হৃদয় কাৰেঙত ৰাখিছোঁ
তোমাক গোপনে…..
অনুৰাগ…. অনুৰাগ….
অনুৰাগ…. অনুৰাগ…
মিঠা হাঁহি, তোমাৰে ওঁঠত
ৰঙা পৰা তোমাৰ দুগালত
কুমলীয়া মন, তোমাতেই মগন
থাকিবা নে হৃদয়ৰ মাজত
নকবা এনেকৈ তুমি পমোকে মৰমত
লাজতে ৰঙা চিঙা হওঁ
তোমাক পালেই কাষত
ধুৱলী কুঁৱলী জানা
মোৰেই আকাশখন….
অনুৰাগ…. অনুৰাগ….
অনুৰাগ…. অনুৰাগ…

0 Comments