Alokhua Lyrics is a new Assamese love song sung by Deeplina Deka. Alokhua Lyrics is written by Rahul Dey Das and composed by Hopun Saikia. Featuring Deeplina Deka and Ravi Sharma.
Alokhua Song Credits
- Singer: Deeplina Deka
- Composer: Hopun Saikia
- Lyricist: Rahul Dey Das
- Guitar & Strokes: Kandarpa Kalita
- Flute: Mondeep Bora
Alokhua Song Lyrics in Assamese
আলসুৱা মৰমে মোক নিচুকালে গুপনে
বাখৰোৱা মনকে মোৰ আবৰিলে পোহৰে
আলসুৱা মৰমে মোক নিচুকালে গুপণে
বাটৰুৱা ৰহনে মোৰ দেহতে ৰং সানিলে
লৈ যোৱা না মোক তোমাৰেই লগত
কাহানিও নাথকো মই আঁতৰত
দি যোৱানা মোক ৰদৰে খবৰ
অজলা দুচকুত লাজৰে সাঁথৰ
লা লালা লালা লালা লা লা লা লা...
আ... বলিয়া সপোনে ওঠতে চুমিলে
অমিয়া আবেগে হঠাতে জুকালে
ধেমেলীয়া মনে প্ৰহেলিকা আঁকিলে
মলয়া এজাকৰ আঁচলতে
মোৰ উজাগৰি ৰাতি
গুন গুন গুন কথাছবি
কামনাৰে ৰাতি বাকি হেপাহু বাউলী
হা হাহা হা...
লৈ যোৱানা মোক তোমাৰেই লগত
কাহানিও নাথকো মই আঁতৰত
দি যোৱানা মোক ৰদৰে খবৰ
অজলা দুচকুত লাজৰে সাঁথৰ
লা লালা লালা লালা লা লা লালা...
Alokhua Video Song👇🏻👇🏻
Thanks a million for visiting our page.If you found it helpful ful please share it your friends and family.
0 Comments