Alangkrita Lyrics in Assamese - By Neel Akash

Alangkrita Lyrics a new Assamese romantic song sung by Neel Akash and Lonismita. Alangkrita Lyrics is written by Himangshu Borah. Featuring Bijir Borpatro and Nikita Gogoi.

Alangkrita Song Credits

  • Vocals: Neel Akash & Lonismita
  • Lyrics & Composition: Himangshu Borah
  • Tabla: Lakhya Jyoti Nath
  • Mix & Mastering: Kaustav Saikia
  • Flute & Guitar: Himangshu Borah
Alangkrita Lyrics in Assamese - By Neel Akash

Alangkrita Lyrics in Assamese


নীল নীলা সপোনৰ মাজতে পাখি মেলা সপোনে
ভিজা ভিজা হৃদয়ৰ ভাষাৰে সপোন ৰচু তুমালে
অনুৰাগ মৰম দুবাহুত সাবতা না
দুটি মন মিলি সপোন ৰচু আহা
তুমি জোনাক হোৱা মোৰ মন আকাশতে
সপোন হোৱা মোৰ বুকুৰে মাজতে
বিলাই দিয়া আহি মৰম বাৰে বাৰে
তোমাৰ নীলা নীলা দুচকুৰ ভাষাতে
হেপাহৰে সপোনবোৰ জিলিকে
হবানে কোৱা তুমি মোৰ অলংকৃতা


শূণ্যহীন কবিতাত তুমি শব্দ হোৱানা
হৃদয়হীন বুকুতে তুমি মৰম সানা
অভিমানী বুকুতে সপোন হুৱানা
ভাবনাৰে সাগৰত তুমি মোৰ হোৱা
তুমি জোনাক হোৱা মোৰ মন আকাশতে
সপোন হোৱা মোৰ বুকুৰে মাজতে
বিলাই দিয়া আহি মৰম বাৰে বাৰে
তোমাৰ নীলা নীলা দুচকুৰ ভাষাতে
হেপাহৰে সপোনবোৰ জিলিকে
হবানে কোৱা তুমি মোৰ অলংকৃতা


তুমি উশাহ, তুমি হেঁপাহ, তুমি ফাগুনৰে বতাহ
বহু আশা বহু কথা বহু আবেগৰে ভাষা
তুমি নিলিখা কবিতাৰ আজি সুৰ হোৱানা
আৱেগৰে বৰষূণ এজাকত আজি বিলিন হোৱানা
তুমি জোনাক হোৱা মোৰ মন আকাশতে
সপোন হোৱা মোৰ বুকুৰে মাজতে
বিলাই দিয়া আহি মৰম বাৰে বাৰে
তোমাৰ নীলা নীলা দুচকুৰ ভাষাতে
হেপাহৰে সপোনবোৰ জিলিকে
হবানে কোৱা তুমি মোৰ অলংকৃতা

Alangkrita Video Song 👇🏻👇🏻



More From Neel Akash

Post a Comment

0 Comments