Bahor Bisona Lyrics - Neel Akash-Pokhila 2021

Bahor Bisona song is sung by Neel Akash and Nilakshi Neog. Bahor Bisona Lyrics is written by Dhuliya Abhijit. Bahor Bisona song is from Pokhila Album 2021.


🎶 Audio Credits 🎶
  • Singer : Neel Akash & Nilakshi Neog
  • Lyrics -Tune : Dhulia Abhijit 
  • Music : Bhaskar Neelom
  • Additional Lyrics -Tune : Dhulia Abhijeet & Bishwajit Sonowal
  • Mixed & Mastered : Diganta Bordoloi

Bahor Bisona Lyrics - Neel Akash-Pokhila 2021


Bahor Bisona Lyrics in Assamese


বাঁহৰ বিছনা এ জান ঐ
কেৰ কেৰ কৰে
চালৰ ফুটাৰে তৰা দেখি
বিছনাত পৰিলে


বাঁহৰ বিছনা এ জান ঐ
কেৰ কেৰ কৰে
চালৰ ফুটাৰে তৰা দেখি
বিছনাত পৰিলে
এ হাই ঐ তইয়ো যদি পাৰ কʼ
বিহুতে বিয়াখন পাতি লং কʼ
অ'ত মন নেমেলুং 
তত মন নেমেলুং
তোৰে লগত থাকিম ক'
সচাকৈ বিয়া খন পাতি লং ক'


তোৰ হাঁহিটি বুকুৰে সৰকা মইনা
কলিজা খুলি খোৱা
কৰিছ মোক পগলা
মৰম নামৰ নৈ বোৱাই লৈ
তোৰ গাভৰু দেহাটি চালে চকুৰোৱা মইনা
কঁকাল নো খামুছিয়া
দুগাল নো গুলপীয়া
মৰম কৰো লাগে একোলা লৈ
হাই ঐ তইয়ো যদি পাৰ কʼ
বিহুতে বিয়াখন পাতি লং কʼ
হাই ঐ তইয়ো যদি পাৰ কʼ
দুয়ো মিলি সুখে দুখে থাকিম ক
অ'ত মন নেমেলুং 
তত মন নেমেলুং
তোৰে লগত থাকিম ক'
সচাকৈ বিয়া খন পাতি লং ক
মনে মনে ভাবো তোকে জান ঐ
তই হবি দৰা কইনা মই
শিৰতে ৰঙা বেলি আঁকি লৈ
লৈয়ে যা তোৰে কাষলৈ
মনে মনে ভাবো তোকে জান ঐ
তই হবি দৰা কইনা মই
শিৰতে ৰঙা বেলি আঁকি লৈ
লৈয়ে যা তোৰে কাষলৈ


জান ঐ….
পুৱা নো গধূলি বুকুতে ওমলাম
অভিমান কৰিলে মৰমতে নিচুকাম
ৰঙাকৈ দুগালত মৰমবোৰ উপচাম
নালাগে ভাল জাননে
আনকে তোৰে সমান
এ তয়ো যদি পাৰ ক'
বিহুতে বিয়াখন পাতি লং কʼ
হাই ঐ তইয়ো যদি পাৰ কʼ
দুয়ো মিলি সুখে দুখে থাকিম ক'
অ'ত মন নেমেলুং 
তত মন নেমেলুং
তোৰে লগত থাকিম ক'
সচাকৈ বিয়া খন পাতি লং ক'

Bahor Bisona Lyrics in Assamese (PDF)


Watch Bahor Bisona Lyrical Video



Thank you for reading my blog "Bahor Bisona Lyrics - Neel Akash-Pokhila 2021". If you find any problem please let me know in the comment section.


More songs of  Neel Akash

Post a Comment

0 Comments