Pagoli song is a new Assamese song sung by Deeplina Deka. Pagoli Song Lyrics is written by Sunit Gogoi. Music is composed by Diganta Banikya. Pagoli song was premiered on 14th April, 2021 on YouTube. Starring Nirupam and Dipika Nath.
- Singer : Deeplina Deka
- Music Producer : Diganta Banikya
- Composition : Diganta Banikya
- Lyrics : Sunit Gogoi
- Additional Programing : Masmyths
- Dhol: Gagan Sharma
- Guitar: Tapan Das
- Flute : Kailash Rabha
Pagoli Song Lyrics in Assamese
অʼ সপোন নাহিবি এই বাটে নাহিবি
অʼ মৰম নাজাবি চুই মোকে নাজাবি
অʼ সপোন নাহিবি এই বাটে নাহিবি
অʼ মৰম নাজাবি চুই মোকে নাজাবি
মন আজলী পক্ষীটি এনেই উৰি যায়
নিদিবি চোন নিদিবি না আকৌ উৰাই
পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
হা… পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
চাপি চাপি নাহিবি
আতৰ চোন ভাবনা
জাগি জাগি নুঠাবি চোন
বাগৰ দে বাসনা
হাই...চাপি চাপি নাহিবি
আতৰ চোন ভাবনা
জাগি জাগি নুঠাবি চোন
বাগৰ দে বাসনা
মন আজলী পক্ষী টি এনেই উৰি যায়
নিদিবি চোন নিদিবি না আকৌ উৰাই
পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
হা… পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
কঁপি কঁপি উঠিছ
কেলৈনো কলিজা
বুজি বুজি নহবি
নহবি নুবুজা
কঁপি কঁপি উঠিছ
কেলৈনো কলিজা
বুজি বুজি নহবি
নহবি নুবুজা
মন আজলী পক্ষীটি এনেই উৰি যায়
নিদিবি চোন নিদিবি না আকৌ উৰাই
পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
হা… পাগলী পাগলী পাগলী হৈ যাম মই
পাগলী পাগলী পাগলী হৈ যাম মই
Hope you like this "Pagoli Song Lyrics". Please share this lyrics with your friends & family and encourage me so that I can write more post for you.
If you have any other questions please feel free to tell me in the comment section. Also if you have found any mistake point out that below.

0 Comments