Moromor Dehi Oi Lyrics by Rakesh Reeyan

Moromor Dehi Oi a Assamese song by Rakesh Reeyan. Moromor Dehi Oi Lyrics is written by Gitartha Girin. Starring Rakesh Reeyan and Richa Chetry.

Moromor Dehi Oi Song Credits

  • Singer: Rakesh Reeyan
  • Music/Mix/Master: Dipkesh Borgohain
  • Lyrics: Gitartha Girin
  • Flute: Nabajit Saikia
  • Guitar & Strokes: Partha Sarma
Moromor Dehi Oi Lyrics by Rakesh Reeyan

Moromor Dehi Oi Lyrics in Assamese

অ' মৰমৰ দেহি ঐ নাযাবি দূৰলৈ
মনে মন মেলিছে তোলৈ
অ' মৰমৰ দেহি ঐ নাযাবি আনৰে হৈ
নাভাবি নোৱাৰোঁ তোকে ঐ
নালাগে নালাগে বহু যুগলৈ
আশা মাথোঁ এই জনমত
নোৱাৰিলেও কবি মোক এবাৰলে
মিছা হলেও শুনি ৰ'ম
তোকে চাই মৰমত
অ' মৰমৰ দেহি ঐ নাযাবি দূৰলৈ
মনে মন মেলিছে তোলৈ

ভোকৰে এমুঠি ভাত
মৰমৰ এসাৰী মাত
তাতেই বিচাৰি পাওঁ নিজক জাননে
তাতেই বিচাৰি পাওঁ নিজক
নাজানো মৰম কি 
মৰমে বিচাৰে কি
জানো মাথোঁ তয়ে টো নিজৰ বুজনে
জানো মাথোঁ তয়ে টো নিজৰ
তোকে লৈ ৰচিছোঁ সপোন নজনাকে
আশা মোৰ তোৰে হৃদয়ৰ
যদিও বুকুতে আছে ভয় নাপাওঁ বুলি
তথাপি খাতিছোঁ ঈশ্বৰক
পাবলৈ তোৰে মৰম
অ' মৰমৰ দেহি ঐ নাযাবি দূৰলৈ
মনে মন মেলিছে তোলৈ

চকুৰে আঁতৰ হ'লে মনৰো আঁতৰ হ'ব
বুলি কয় সকলোৱে শুনিচনে
তয়ো কি আঁতৰি যাবিনে
বুকুৰে সোঁমাজতে ৰাখিছো সযতনে
কেনেকৈ বুজাও তোকে ক' ভালপাঁও কিমান
নাজানো তোকে কʼবলে
অ' নালাগে নালাগে বহু যুগলৈ
আশা মাথোঁ এই জনমত
নোৱাৰিলেও কবি মোক এবাৰলে
মিছা হʼলেও শুনি ৰ'ম
তোকে চাই মৰমত

Watch Moromor Dehi Oi Video Song


More From Rakesh Reeyan

Post a Comment

0 Comments