Bukur Majot Tumi Lyrics - Bhargav Doley

Bukur Majot Tumi a new Assamese romantic song sung by Gouranga Konwar and Bhargav Doley. Bukur Majot Tumi Lyrics is written by Kallul Kashyap Mahanta and Gouranga Konwar. Starring Deepjyoti Mahanta, Richa Chetry and Barbie Borah.

Bukur Majot Tumi Song Credits

  • Vocals: Gouranga Konwar and Bhargav Doley
  • Lyrics: Gouranga Konwar and Kallul Kashyap Mahanta
  • Mix/Mastered: Solomon Mosahari
  • Flute: Anjan Medhi
  • Tabla: Akash Jyoti Das

Bukur Majot Tumi Lyrics - Bhargav Doley


Bukur Majot Tumi Lyrics in Assamese

লাজুকী তোমাৰে চাৱনি
প্ৰেমতে মই ধৰাসায়ী
মিচিকীয়া তোমাৰে হাঁহিটি
বাঢ়ে মোৰ কলিজাৰ কঁপনি
মোৰ মন আকাশত তৰালী তুমি
দেখা দিয়া জোনাক সানি
মোৰে হৃদয়ত সিহৰন তুমি
সুৰ বজোৱাহি প্ৰেমৰ বাঁহী
তোমাৰে সুবাসতে পলাশেও
ফাগুনৰ ছবি আঁকে
তোমাৰে ঠিকনা বিচাৰি
হেঁপাহও পাখি মেলে
তুমি বুজি চোৱা মোৰ মনৰে কথা
বুকুৰে মাজতে তুমিয়েই আছা


চিনাকি তুমি যেন আজি
উশাহতে তুমি ৰোৱাহি
চোৱানা কাষলৈ আহি তুমি
ৰাখিছো মৰম বোৰ সাঁচি
ৰʼবাহি নে আহি বুকুতে তুমি
উজাগৰি নিশাৰ হʼবানে লগৰী
হিয়াৰে দলিচাত গোপনে
ৰʼলাহি আহি নীৰৱে
তোমাৰে সুবাসতে পলাশেও
ফাগুনৰ ছবি আঁকে
তোমাৰে ঠিকনা বিচাৰি
হেঁপাহও পাখি মেলে
তুমি বুজি চোৱা মোৰ মনৰে কথা
বুকুৰে মাজতে তুমিয়েই আছা

Watch Bukur Majot Tumi Official Video Song 👇🏻👇🏻



More Romantic Songs

Post a Comment

0 Comments