DSLR কেমেৰা Assamese Song Lyrics by Jituraj

DSLR কেমেৰা is a new Assamese Love Song sung by Jituraj and the lyrics is written by Mrinal Kalita. Music is composed by Danix. Mix & mastered by Sanjay Biswakarma.

DSLR কেমেৰা Song Credits

  • singer: Jituraj
  • Lyrics/ tune: Mrinal Kalita
  • Music: Danix
  • Mix& Mastered: Sanjay Biswakarma
DSLR কেমেৰা Assamese Song Lyrics by Jituraj



DSLR কেমেৰা Lyrics in Assamese:

বন্দী হ'ব চেহেৰা 
DSLR কেমেৰাত
তোকে লৈ যাম যেতিয়া
hill station ৰ মজিয়াত
ওখ ওখ পাহাৰৰ
একা বেকা বাটেৰে 
যাম দুয়ো long drive ত
এমহীয়া ছুটিতে 
ৰঙীণ হ'ব প্ৰতিটো নিশা 
বন্দী হ'ব চেহেৰা 
DSLR কেমেৰাত
তোকে লৈ যাম যেতিয়া
hill station ৰ মজিয়াত ঐ.....

সাজিম মই অট্টালিকা
চাৰি পাঁচ মহলীয়া
বুকুৰ কেঁচা মৰমে
চুমিব আকাশ নীলা
ধীৰে ধীৰে নামিব
মৰমৰে বৰষা
লাহে লাহে আঁতৰিব
বুকুৰ গভীৰ বেদনা
চুটি হব প্ৰতিটো উশাহ
বন্দী হ'ব চেহেৰা 
DSLR কেমেৰাত
তোকে লৈ যাম যেতিয়া
hill station ৰ মজিয়াত ঐ 

তয়ে মোৰ অপ্সৰা
মৰমৰে বাটচৰাৰ 
আশাৰ দীঘল জখলাত
বগাই যাওঁ এ মই তৎক্ষণাত
দুহাতেৰে আঁকোৱালি 
ল'বা যেন মোৰ ভৰসাক
আলে ফুলে লৈ সাৱটি
আমি যেন দুটি ছগা 
জীৱন জুৰি কটোৱাৰেই হেপাহ
বন্দী হ'ব চেহেৰা 
DSLR কেমেৰাত
তোকে লৈ যাম যেতিয়া
hill station ৰ মজিয়াত

Watch DSLR কেমেৰা Video Song 👇👇

Post a Comment

0 Comments