Pogola Fagun Lyrics by Pawandeep

Xur Production's presents Pogola Fagun. Pogola fagun a new Assamese love song sung by Pawandeep Ranjan. Music is given by Bibhuti Gogoi. Pogola Fagun Lyrics is written by Mondeep Gogoi. Starring Samiran Mohan & Monica Sharma

Pogola Fagun Song Credits

  • Song- Pogola Fagun
  • Singer- Pawandeep Ranjan
  • Music- Bibhuti Gogoi
  • Lyrics- Mondeep Gogoi
  • Guitars and Strocks- Arbaz Khan 
  • All sound record by Partha Protim Das
  • Vocal record and Mastered by Rupjit Das
Pogola Fagun Lyrics by Pawandeep


Pogola Fagun Lyrics in Assamese

পগলা ফাগুনে উৰুৱালে হেঁপাহৰে কহুৱা
বলিয়া যৌৱনে বিয়পালে মিঠা মিঠা ভালপোৱা
তুমি আহি ৰ'লে কাষত উশাহ তোমাৰ মোৰ উশাহত
অভিমানী কৰে মনত
পগলা ফাগুনে উৰুৱাই হেঁপাহৰে কহুৱা
বলিয়া যৌৱনে বিয়পাই মিঠা মিঠা ভালপোৱা

তুমি সোণ আহিলে বহাগো আহিব
হাঁহিলে ফুলিব ফুল
এৰি থৈ নাযাবা কাষতে থাকিবা
যদিও কৰো মই ভূল
বান্ধিলা মোক কি আবেগত
হেঁপাহ জগাই মোৰ উশাহত
অনুভৱী হিয়াৰ মাজত
পগলা ফাগুনে উৰুৱাই হেঁপাহৰে কহুৱা

কুঁৱলীৰ ফাকেৰে পুৱাৰে ৰদালি
কলিজাৰ ফাকেৰে মোৰ
তোমাৰ আহা-যোৱা সপোনে দিঠকে
পগলাই কৰিলা মোক
তুমি আহি ৰʼলে কাষত
উশাহ তোমাৰ মোৰ উশাহত
অভিমানী কৰে মনত
পগলা ফাগুনে উৰুৱাই হেঁপাহৰে কহুৱা
বলিয়া যৌৱনে বিয়পাই মিঠা মিঠা ভালপোৱা

Watch Pogola Fagun Video Song👇👇

Post a Comment

0 Comments