Tumi Lyrics in Assamese by Abhilekh & Bhaskar Opswel

Tumi song by Abhilekh, a new Assamese romantic song. Tumi Lyrics is written by Dipankar Rajkhowa. Music is composed by Bhaskar Opswel.

Tumi Song Credits/Info

  • Singer : Abhilekh
  • Lyricist : Dipankar Rajkhowa
  • Composer : Abhilekh
  • Music : Bhaskar Opswel
  • Mix & Mastered by : Bhaskar Opswel
  • Recorded at : Sonic Waves, Guwahati
Tumi Lyrics in Assamese by Abhilekh & Bhaskar Opswel


Tumi Lyrics in Assamese


তুমি প্ৰহেলিকা হৈ
বৰ্ণ মই মায়াময়
বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি
নীলিম আকাশৰ শূণ্যতা তুমি
নীলিম আকাশৰ শূণ্যতা তুমি
ৰ'দৰ পিঠিত তুমি
বৰষাৰ চিঠিত তুমি
ফুলৰ স্নিগদ্ধতাত তুমি
বুকুৰ স্পন্দনত তুমি
যে তুমি…..
তুমি প্ৰহেলিকা হৈ
বৰ্ণ মই মায়াময়

ক্লান্ত….পখীৰ ডেউকাত উলমি
ভাগৰুৱা …. সময়ৰ বুৰঞ্জী লিখি
পথৰোৱা …. আবেলি
আশ্ৰয় আচল মেলি থাকা
মোলৈ ৰৈ তুমি
এন্ধাৰত তুমি
জোনাকত তুমি
বতাহত তুমি
সুবাসত তুমি
যে তুমি…..

তুমি প্ৰহেলিকা হৈ
বৰ্ণ মই মায়াময়
পুৱাৰ কিৰণত চিকিমিকণি
অ' উজলি উঠে তোমাৰ 
গাল দুখনি
ওঁঠত নিগৰে কোমল হাঁহি
শুনি পাওঁ তোমাৰ গীতৰ
গুণ গুণনি….
তুমি প্ৰহেলিকা হৈ
বৰ্ণ মই মায়াময়
বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি
নীলিম আকাশৰ শূণ্যতা তুমি
নীলিম আকাশৰ শূণ্যতা তুমি

Watch Tumi - Abhilekh Music Video



Post a Comment

0 Comments