Zubeen Garg's Junaki Rati Lyrics - New Assamese Song

Junaki Rati Lyrics

Junaki Rati song a new Assamese song sung by Zubeen Garg. Junaki Rati Lyrics/ Tune is given by RF Akash. Mix and mastered by Koustav Saikia. Recorded at Maya Studio.

Zubeen Garg's Junaki Rati Lyrics - New Assamese Song

Junaki Rati song credits & info

  • Vocals: Zubeen Garg
  • Lyrics/Tune/Producer: RF Akash
  • Music Director: Himangshu Borah
  • Mixing & Mastering: Koustav Saikia
  • Flute: Himangshu Borah
  • Additional Guitar: Rituraj Sonar
  • Additional Bass Guitar: Pranay Koch Rajbangshi
  • Recorded Studio: Maya Studio

Zubeen Garg's Junaki Rati Lyrics in Assamese

তুমি আহিবা জোনাকী à§°াতি
মই থাকিম আগ চোতালত
শেà§±ালী জোপাà§° তলত
তুমি আহিবা জোনাকী à§°াতি
মই থাকিম আগ চোতালত
শেà§±ালী জোপাà§° তলত
গভীà§° যিমানেই 
নিবিà§° নিশা
আকুল সিমান মোà§° 
মনৰ আশা
গভীà§° যিমানেই 
নিবিà§° নিশা
আকুল সিমান মোà§° 
মনৰ আশা
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমি আহিবা জোনাকী à§°াতি
মই থাকিম আগ চোতালত
শেà§±ালী জোপাà§° তলত

শাৰদী জোনাক শেà§±ালী সুবাস
মই থাকিম জীয়াই
তোমাà§° ছায়াত
শাৰদী জোনাক শেà§±ালী সুবাস
মই থাকিম জীয়াই
তোমাà§° ছায়াত
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমিয়েই তুমিয়েই মন আকাশৰ
ভৰ জোনৰ পোহৰ
তুমি আহিবা জোনাকী à§°াতি
মই থাকিম আগ চোতালত
শেà§±ালী জোপাà§° তলত
শেà§±ালী জোপাà§° তলত

Junaki Rati Video Song



Also Read>>>

This is the new Assamese song Junaki Rati Lyrics by Zubeen Garg. Hope you like it. Please let me know in the comment section. Thank you ☺️☺️

Post a Comment

0 Comments