Jipaal 2.0 Lyrics in Assamese: A new Assamese love song sung by Sannidhya Bhuyan. Jipaal 2.0 lyrics is written by Rajib Bhuyan. Music is composed and produced by Tonmoy Krypton. Starring- Samiran Mohan & Khyati Das. Surely this love song will make you fall in love again. This song is also related to beautiful nature.
🎶 Audio Credits🎶
- Music Composer: Tonmoy Krypton.
- Vocals & Composition: Sannidhya Bhuyan.
- Lyrics: Rajib Bhuyan.
- Mixed & Mastered at SS Sound Studio by Tonmoy Krypton
Jipaal 2.0 Lyrics in Assamese
সেউজেৰে ভৰা এখনি পথাৰ
চকুৰে নমনি নেদেখা সিপাৰ
মৰমে আবৰা হিয়াৰে ভাষাৰ
কতনো কবিতা লিখিছোঁ তোমাৰ
সেউজেৰে ভৰা এখনি পথাৰ
চকুৰে নমনি নেদেখা সিপাৰ
মৰমে আবৰা হিয়াৰে ভাষাৰ
কতনো কবিতা লিখিছোঁ তোমাৰ
হৃদয়তে সযতনে সংগোপনে
সাঁচি ৰখা প্ৰেমৰে কবিতা
তুমি মোৰ জীৱনৰে যৌবনৰে
প্ৰভাতিৰ সোণালী সবিতা
হৃদয়তে সযতনে সংগোপনে
সাঁচি ৰখা প্ৰেমৰে কবিতা
তুমি মোৰ জীৱনৰে যৌবনৰে
প্ৰভাতিৰ সোণালী সবিতা
মোৰ কামনাৰ মোৰ বাসনাৰ
তুমি ছবি মৰম সনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা
মোৰ কামনাৰ মোৰ বাসনাৰ
তুমি ছবি মৰম সনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা
তোমালে মৰম মোৰ অলেখ অপাৰ
ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
আবেগেৰে ভৰা হিয়াৰে আশাৰ
জলাবানে চাকি হিয়াৰে তোমাৰ
তোমালে মৰম মোৰ অলেখ অপাৰ
ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
আবেগেৰে ভৰা হিয়াৰে আশাৰ
জলাবানে চাকি হিয়াৰে তোমাৰ
হৃদয়তে সযতনে সংগোপনে
সাঁচি ৰখা প্ৰেমৰে কবিতা
তুমি মোৰ জীৱনৰে যৌবনৰে
প্ৰভাতিৰ সোণালী সবিতা
হৃদয়তে সযতনে সংগোপনে
সাঁচি ৰখা প্ৰেমৰে কবিতা
তুমি মোৰ জীৱনৰে যৌবনৰে
প্ৰভাতিৰ সোণালী সবিতা
তুমি হিয়াৰে কল্পনা
তুমি মনৰ এটি কামনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা
তুমি হিয়াৰে কল্পনা
তুমি মনৰ এটি কামনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা

0 Comments