Alokhuwa a new Assamese romantic song sung by Kussum Koilash and backing vocal is given by Nilakshi Neog. Alokhuwa Lyrics is written by Kussum Koilash himself. Music is composed by Trion Mahanta Starring Kussum Koilash and Eahsun Shamim Shah.
🎶 Audio Credits🎶
- Singer - Kussum Kailash
- Backing Vocal - Nilakshi Neog
- Lyrics/Tune - Kussum Kailash
- Music - Trion Mahanta
- Mix/Mastered - Diganta Bordoloi
- Producer - Dijen Phukan
- Recorded Studio@ Fusion By Rajiv Sarmah
Alokhuwa Lyrics in Assamese
আলসুৱা
তোমাৰ ভাৱনাতে
মিলিনো চাওঁ
দিয়ানা এবাৰলে
অ’....মৰো মৰো
তোমাৰ মৰমতে
অ’ ডুবি ডুবি
সপোন ভাগৰতে
যাযাবৰী মন আকাশৰ
তুমি তৰা বেলি জোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছেনো কোন
কিনো কৰো
তোমাৰ কাষৰতে
হাৰ মানে
হেজাৰ অভিমানে
চোৱা কে নো চাই থাকো তোমাক
মনৰে মাজত আঁকি
চোৱা কে নো চাই থাকো তোমাক
মনৰে মাজত আঁকি
কোৱা কে নো কৈ লাগে নো ভাল
তোমাৰে কথা ভাবি
হিয়াৰে চুবুৰিলে মোৰ
কৰা অহা যোৱা অ’ সোণ
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছেনো কোন
কিনো কৰো
তোমাৰ কাষৰতে হাৰ মানে
হেজাৰ অভিমানে
Alokhuwa Lyrics PDF in Assamese
Watch Alokhuwa video song
Also Read>>>

0 Comments